fbpx
November 1, 2020

ৰাজপথত ৰাকেশ ৰিয়ানৰ গুণ্ডাগিৰি, আৰক্ষীৰ দ্বাৰা আটক !

ৰাজপথত জনপ্ৰিয় গায়ক ৰাকেশ ৰিয়ানৰ উদ্ভণ্ডালি । এদল যুৱকৰ সৈতে মাৰপিটত লিপ্ত ৰাকেশ ৰিয়ান । ৰাকেশৰ গুণ্ডাগিৰিয়ে ইমানেই সীমা পাৰ কৰি দিলে যে ঘটনাস্থলীত উপস্থিত হ’ল আৰক্ষী । চাৰ্টৰ বুটাম খুলি ‘দাদা-দাদা’ ভাৱ দিয়া ৰাকেশ ৰিয়ানক অৱশেষত উঠাই লৈ গ’ল আৰক্ষীয়ে ।

ৰ’ব । এতিয়া ৰাকেশ ৰিয়ানক গালি নাপাৰিব । পাৰিলে আমাকে পাৰক । কিয়নো এয়া আছিল এটা গানৰ শ্বুটিংহে । আশা কৰা হৈছে ৰাকেশ ৰিয়ানৰ আহিবলগীয়া এই গানটোৱে দৰ্শকক দিব নতুন সোৱাদ ।

চাওক শ্বুটিঙৰ ভিডিঅ’—

error: Content is protected !!