আজি দিনটোৰ বাবে শিৱসাগৰৰ জিলা আয়ুক্ত হ’ব এজন ছাত্ৰ

বকতা মহখুটি চাহ বাগিচাৰ ভাগ্যদীপ ৰাজগড় হ’ব জিলা আয়ুক্ত। অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰজন বিশেষভাৱে হ’ব পুৰস্কৃত।

GTM Desk

Related