অৱশেষত পৰিয়ালৰ সৈতে সংযোগ স্থাপন হিমাচল প্ৰদেশৰ প্ৰাকৃতিক দুৰ্যোগত আৱদ্ধ সোণাৰিৰ দেৱাশীষ ৰাজখোৱাৰ

অৱশেষত পৰিয়ালৰ সৈতে সংযোগ স্থাপন হিমাচল প্ৰদেশৰ প্ৰাকৃতিক দুৰ্যোগত আৱদ্ধ সোণাৰিৰ দেৱাশীষ ৰাজখোৱাৰ

অৱশেষত পৰিয়ালৰ সৈতে সংযোগ স্থাপন হিমাচল প্ৰদেশৰ প্ৰাকৃতিক দুৰ্যোগত আৱদ্ধ সোণাৰিৰ দেৱাশীষ ৰাজখোৱাৰ। প্ৰাকৃতিক বিপৰ্যয়ৰ মাজত আৱদ্ধ হৈ পৰা সোণাৰিৰ নৱ দম্পতী দেৱাশিষ ৰাজখোৱা -শিখা ফুকন আৰু শান্তনু গগৈৰ লগতে শিৱসাগৰৰ এজন লোকক কুলু জিলাৰ থালোটৰ এটা পৰিয়ালত আশ্ৰয় দিছিল প্ৰশাসনে। প্ৰাকৃতিক বিপৰ্যয়ৰ বাবে জিলাখনত বিদ্যুত তথা ইণ্টাৰনেট সংযোগ বন্ধ হৈ পৰাত পৰিয়ালৰ লগত সংযোগ বিচ্ছিন্ন হৈ পৰিছিল। সম্প্ৰতি আটাইকে লৈ হিমাচল প্ৰদেশ প্ৰশাসনে চিমলা অভিমুখে ৰাওনা হোৱা বুলি জানিবলৈ দিছে পৰিয়ালৰ লোকক।

GTM Desk