14.6 C
Assam
Saturday, December 10, 2022

Featured News

Guwahati’s first CNG filling station to come up in Betkuchi

The Construction of Guwahati's first Compressed Natural...

মুখত ঘা হৈছে, একো খাব পৰা নাই? তেন্তে এই ৪টা প্রতিকাৰ-

Assamese Newsমুখত ঘা হৈছে, একো খাব পৰা নাই? তেন্তে এই ৪টা প্রতিকাৰ-

গৰম আহাৰ খাওতে, দাত কামোৰ খালে বা কোনো তৰলজাত দ্ৰব্য খাওতে মুখৰ ভিতৰত যদি পোৰে, বা ঘা লাগে তেন্তে সেই কষ্ট এতিয়াৰে পৰা ৪ টা ঘৰুৱা উপায়েৰে কৰক সমাধান।

এলোভেৰাৰ ৰস বা এলোভেৰা জেল মুখৰ ঘাত লগালে দ্রুত হাৰত সকাহ পোৱা যায়! এলোভেৰাৰ ৰস বা এলোভেৰা জেল হ’ল প্রাকৃতিক এন্টিচেপ্টিক যাৰ এন্টিফিংগাল, এন্টিবেক্টেৰিয়েল, এন্টিভাইৰেল উপাদানে দ্রুতভাৱে ঘা লগা অংশ থিক কৰে।

তুলসি পাত পানীত টিয়াই ৰাখি সেই পানী দিনে অন্তত তিনি-চাৰিবাৰ খালে মুখৰ ভিতৰৰ অংশ শীঘ্ৰে শুকাব।

এক চামুচ নাৰিকলৰ গাখীৰৰ সৈতে সমান পৰিমাণে মৌজুল মিহলি কৰি দিনে অন্তত তিনি-চাৰিবাৰ মুখৰ ঘা লগা অংশত প্রলেপ লগালে সোনকালে সুফল পোৱা যায়।

জ্বালা-যন্ত্রণা হ্ৰাস কৰাবলৈ টি-বেগ অত্যন্ত কার্যকৰী এটি উপাদান। এটি টি-বেগ ঠাণ্ডা পানীত কিছুক্ষণ ভিজাই ৰাখি তাক ঘা লগা ঠাইত লগাওক। দেখিব জ্বালা-যন্ত্রণা আৰু মুখৰ ক্ষত— দুয়োটায়ে ঠিক হৈছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: