fbpx

ডিব্ৰুগড় ৰেল ষ্টেচনত আজি পুৱা যাত্ৰীসহ বিশেষ ৰেল উপস্থিত

ডিব্ৰুগড় ৰেল ষ্টেচনত আজি পুৱা যাত্ৰীসহ বিশেষ ৰেলখন উপস্থিত হয়।

সম্প্ৰতি ৰেল ষ্টেচনত সম্পূৰ্ণ নিয়মাৱলী পালনৰ মাজেদি যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা অব্যাহত আছে৷

ৰেল ষ্টেচনত উপস্থিত থকা ডিব্ৰুগড় জিলা প্ৰশাসনৰ বিষয়ববীয়া,আৰক্ষী, স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা তদাৰক কৰি থকাৰ লগতে ডিব্ৰুগড় বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰী প্ৰশান্ত ফুকনেও আজি পুৱা ৰেল ষ্টেচনত উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰে৷

error: Content is protected !!
%d bloggers like this: