28.6 C
Assam
Monday, May 29, 2023

Featured News

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক

- ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক- ডিগবৈ...

আজিৰ ৰাশিফল: এই কেইটা ৰাশিৰ জাতক জাতিকাৰ আজি প্ৰেমত শুভ

Assamese Newsআজিৰ ৰাশিফল: এই কেইটা ৰাশিৰ জাতক জাতিকাৰ আজি প্ৰেমত শুভ

১. *মেষ ৰাশি* (অ,ল) : – মেষ
ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত আত্মীয় পৰিয়ালৰ আনন্দ বাঢ়িব, আনৰ পৰা মৰম লাভ কৰিব,দ্ৰব্য লাভ কৰিব, যদিও আজি আপুনি সজাগ নহলে সামান্য বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি*( উ,ব,ই) : – বৃষ ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ শুভ হব, যদিও আজি আপুনি সজাগ নহলে সামান্য প্ৰতাৰণাৰ সন্মুখীন হব পাৰে লগতে আজি আপুনি ব্যয়ৰ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হব।

৩. *মিথুন ৰাশি* ( ক,ছ) : – মিথুন ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মব্যস্ততা বাঢ়িব, আয় বাঢ়িব লগতে আজি আপোনাৰ উত্তম ভোজন লাভ হোৱাৰ যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*( ড,হ) : – কৰ্কত ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ সাহস বাঢ়িব, প্ৰেমত শুভ হব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰ সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ মনত উৎসাহ বাঢ়িব, কৰ্মক্ষেত্ৰ আনৰ সহায় সহযোগিতা বাঢ়িব, যদিও আজি আপুনি ভ্ৰমণৰ ক্ষেত্ৰত সামান্য সজাগ হোৱাটো ভাল হব।

৬. *কন্যা ৰাশি* (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সফলতা লাভ কৰিব, প্ৰেমত শুভ হব, আৰ্থিক দিশত শুভ হব যদিও আজি আপুনি ভ্ৰমণত সাৱধান হোৱাটো ভাল হব।

৭. *তুলা ৰাশি* (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত সন্তান আৰু পাৰিবাৰিক সুখ বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে মনৰ আশা ভংগ হব পাৰে লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব। ( Horoscope Today )

৮. *বৃশ্চিক ৰাশি* (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰ শুভ বুদ্ধিৰ উদয় হোৱাৰ যোগ দেখা যায়।

৯. *ধনু ৰাশি* (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ সাহস বাঢ়িব,লগতে আজি আপোন সামাজিক সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায় যদিও আজি আপুনি আবেলি সময়ত কৰ্মক্ষেত্ৰ সজাগ হব।

১০. *মকৰ ৰাশি* (খ,জ): – মকৰ ৰাশি জাতক – জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব, কৰ্মত বিপৰীত লিংগৰ পৰা সহায় সহযোগিতা লাভ কৰিব,আয় উপাৰ্জন বাঢ়িব যদিও আজি আপুনি সজাগ নহলে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।

১১. *কুম্ভ ৰাশি*(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকাসকলৰ আজি দিনটোত শিল্পী সকলৰ শুভ হব যদিও আজি আপুনি সজাগ নহলে মনত সামান্য চঞ্চলতা বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহলে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব, লগতে আজি আপোনাৰ কৰ্ম মৰ্য্যদা লাভ হোৱাৰ যোগ দেখা যায়।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!