Tag: ar rahman in guwahati

মুখ্যমন্ত্ৰীৰ উপস্থিতিত এ আৰ ৰহমান গালে কোৰআনৰ ছূৰা সমৃদ্ধ- ‘কুন ফায়া কুন’ গীতটি, ড০ শৰ্মাই নিদিলে কোনো সঁহাৰি…

মুখ্যমন্ত্ৰীৰ উপস্থিতিত এ আৰ ৰহমান গালে কোৰআনৰ ছূৰা সমৃদ্ধ- ‘কুন ফায়া কুন’ গীতটি, ড০ শৰ্মাই নিদিলে কোনো সঁহাৰি…

২০১১ চনতে মুক্তি পোৱা গীতসমূহৰ ভিতৰত অন্যতম জনপ্ৰিয় গীত আছিল ৰণবীৰ কাপুৰ অভিনীত ছবি ৰকষ্টাৰৰ কুন ফায়া কুন গীতটো। এই গীতটো একপ্ৰকাৰৰ চুফী গীত ৰূপে অভিহিত কৰিব পাৰি। গীতৰ কথা বা lyrics পবিত্ৰ কোৰআনৰ পৰা লোৱা হৈছে। এই গীতটো এ আৰ ৰহমানৰ সংগীত দিছে আৰু মোহিত চৌহান, জাভেদ আলী আৰু