ৰাজ্যৰ থেলাছেমিয়া ৰোগত আক্রান্ত শিশুৰ অভিভাৱকসকলৰ বাবে এক সকাহৰ খবৰ৷ ১৪ বছৰৰ তলৰ বয়সৰ যিসকল শিশু এই গুৰুতৰ ৰোগত আক্রান্ত হৈছে, তেওঁলোকৰ বাবে জিলাই জিলাই তেজৰ যোগান নিশ্চিত কৰা হ’ব৷ ‘নিউজ লাইভ’ৰ বিশেষ অনুষ্ঠান ‘আশা–নৱ জীৱনৰ প্রয়াস’ত অংশগ্রহণ কৰি এই ঘোষণা কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ এইক্ষেত্রত তেওঁ