Tag: crime against women

গুৱাহাটীৰ জঘন্য ঘটনাত জড়িত ৭ নৰপিশাচক গ্ৰেপ্তাৰ, পলাতক আন দুই অভিযুক্ত….

গুৱাহাটীৰ জঘন্য ঘটনাত জড়িত ৭ নৰপিশাচক গ্ৰেপ্তাৰ, পলাতক আন দুই অভিযুক্ত….

গুৱাহাটীৰ গড়চুকত সংঘটিত জঘন্য ঘটনাৰ ৭ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এতিয়া পলাতক হৈ আছে আন দুই অভিযুক্ত। আৰক্ষীৰ জালত পৰিছে মূল অভিযুক্ত দীপাংকৰ মুখীয়াৰ লগতে কুলদ্বীপ, পিংকু দাস, মৃণাল, গগন, বিজয় আৰু সৌৰভ। বৰ্তমানো জালত পৰা নাই ৰবীন দাস আৰু কৃষ্ণ নামৰ আন দুই অভিযুক্ত। গড়চুকৰ বৰাগাঁৱৰ নিজৰাপাৰৰ দুৰ্গা মন্দিৰৰ