Tag: Dibrugarh

অৱশেষত আৰক্ষীৰ ডিব্ৰুগড়ৰ এচিড আক্ৰমণকাৰী

অৱশেষত আৰক্ষীৰ ডিব্ৰুগড়ৰ এচিড আক্ৰমণকাৰী

এচিড আক্ৰমণৰ ঘটনাৰ দৰে ভয়ংকৰ ঘটনা সংঘটিত কৰা আক্ৰমণকাৰী অৱশেষত জালত পৰিল ডিব্ৰুগড় আৰক্ষীৰ।ভেলেণ্টাইন ডে দিনাৰ নিশা ডিব্ৰুগড় ৰাজপথত এচিদ ঢালি আক্ৰমণ কৰা অভিযুক্তক ডিব্ৰুগড় শান্তিপাড়া পৰা পুৱতি নিশা গ্ৰেপ্তাৰ কৰে ডিব্ৰুগড় আৰক্ষীয়ে।চাঞ্চল্যকৰ ঘটনাত জড়িত আছিল অভিযুক্ত বুদ্ধদেৱ দাস ওৰফে এপেল দাস নামৰ পঞ্চাশ বছৰীয়া ব্যক্তি।পুৱতি নিশাই অভিযান চলাই গ্ৰেপ্তাৰ