Tag: English News

৭ জুনৰ পৰা মেঘালয়ত সম্পূৰ্ণ লক্‌ডাউন ঘোষণা

৭ জুনৰ পৰা মেঘালয়ত সম্পূৰ্ণ লক্‌ডাউন ঘোষণা

ক’ৰ’না প্ৰতিৰোধৰ বাবে মেঘালয়ত  এসপ্তাহৰ সম্পূৰ্ণ লক্‌ডাউন ঘোষণা। অহা ৭জুনৰ পুৱা ৫ বজাৰ পৰা ১৪জুনৰ পুৱা ৫ বজা পৰ্যন্ত বাহাল থাকিব লক্‌ডাউন। উল্লেখ্য, পূৰ্বতে ৰাজ্যখনৰ কেৱল পাঁচখন জিলাত ঘোষণা কৰা