Tag: English News

নাগালেণ্ড সীমান্তত চুৰি বুলেট উদ্ধাৰ

নাগালেণ্ড সীমান্তত চুৰি বুলেট উদ্ধাৰ

তিতাবৰ মহকুমাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত ব্যাপকভাৱে বৃদ্ধি পাইছে গাড়ী চোৰৰ উপদ্ৰৱ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা চুৰি কৰি অনা গাড়ী নাগালেণ্ডৰ পাহাৰত কিছুদিন লুকুৱাই ৰাখি পিছত অন্য লোকক কম দামতে বিক্ৰী কৰি একাংশ চোৰে চুৰি কাৰ্যৰ এক বৃহৎ ব্যৱসায় চলাই অহাৰ তথ্য পোহৰলৈ আহিছে। আজি আবেলি নগাবাটস্থিত পানীখেতি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত