এইবাৰ চলমান খানৰ ‘বিগ বচ” ত মঙলদৈ ৰ যুৱতী মঙলদৈ গাঁওৰ বাঘমাৰা পুখুৰী পাৰৰ পৰা পালে গৈ “বিগ বচ”ৰ অনুষ্ঠান চলমান খানৰ সৈতে মঞ্চত একেলগে মঙ্গলদৈৰ যুৱতী খানজাদী ফিৰোজা খান মঞ্চত উঠিয়েই কলে জয় আই অসম , চলমান খানেও কলে জয় আই অসম অসমৰ বিখ্যাত চাহ পাতৰ কথাও কলে যুৱতী
Tag: khanzaadi
বিগ বছত খলকনি তুলিছে মঙলদৈৰ যুৱতীয়ে! ফিৰোজা খান ওৰফে খানজাদী এতিয়া ৰাষ্ট্ৰজুৰি চৰ্চাত! View this post on Instagram A post shared by ColorsTV (@colorstv)