ইতিহাস ৰচি টকিঅ’ অলিম্পিক (Tokyo Olympics 2020)ৰ ছেমিফাইনেলত প্ৰবেশ কৰা অসম গৌৰৱ বক্সাৰ লাভলীনা বৰগোহাঁই (Lovlina Borgohain)ৰ পৰা এতিয়া সোণৰ পদক আশা কৰিছে সমগ্ৰ দেশবাসীয়ে। ৪ আগষ্টত হ’ব ছেমি ফাইনেল খেল। দিনৰ ১১ বজাত অনুষ্ঠিত হ’ব ছেমিফাইনেল খেলখন। বিশ্বৰ দুই নম্বৰ ৰেংকিঙৰ খেলুৱৈ চাইনীজ টাইপেইৰ বক্সাৰ নিয়েন চিন চেনক ৪-১