Tag: nachiketa hslc

অখিল গগৈৰ পুত্ৰ নাচিকেতা উত্তীৰ্ণ হৈছে HSLC পৰীক্ষাত

অখিল গগৈৰ পুত্ৰ নাচিকেতা উত্তীৰ্ণ হৈছে HSLC পৰীক্ষাত

শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ (Akhil Gogoi) পুত্ৰ নাচিকেতাও (Nachiketa) এইবাৰ অৱতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত । অসম জাতীয় বিদ্যালয়ৰ পৰা এই পৰীক্ষাত অৱতীৰ্ণ হোৱা নাচিকেতা প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। ৬৩ শতাংশ নম্বৰ লাভ কৰা নাচিকেতাই এটা বিষয়ত লেটাৰ নম্বৰো লাভ কৰিছে।