ৰাজ্যত এতিয়া গ্ৰাম্য পথৰ মৃত্যু ঘণ্টা বাজিছে এয়াই যে সত্য । নলবাৰী জিলাৰ পূৱ নলবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ৭ নং পূৱ বাহঁজানীৰ হাজো — নলবাৰী মুল পথৰ পৰা বালা — মুগকুছি নামঘৰ হৈ ৭ নং পূৱ বাঁহজানী গাঁও পঞ্চয়তৰ প্ৰাক্তন সভাপতিদ্বয় ভৰত বৈশ্য আৰু নলিনী কান্ত শীলৰ ঘৰৰ সন্মুখৰে কুটীৰ