ডিব্ৰুগড়ৰ পৰা নতুন দিল্লী অভিমুখী ০২৪২৩ নম্বৰৰ ৰাজধানী এক্সপ্ৰেছত জুই । জুই-ধোৱাৰ মাজত আতংকিত যাত্ৰী । আতংকিত যাত্ৰীয়ে চেইন টানি ৰখালে ৰাজধানী এক্সপ্ৰেছ । কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম জংচনত ৰাখিল ৰাজধানী এক্সপ্ৰেছ । ৰাজধানী এক্সপ্ৰেছৰ চকাত জ্বলিছিল জুই । এচি ৩ টায়াৰৰ বি -৭ ডবাৰ ১৪৩১১৬/চি নম্বৰৰ চকাত লাগিছিল জুই ।