Tag: reduced

ঘৰুৱা–বাণিজ্যিক বিদ্যুতৰ মাচুল প্রতি ইউনিটত ২০ পইচাকৈ হ্রাস

ঘৰুৱা–বাণিজ্যিক বিদ্যুতৰ মাচুল প্রতি ইউনিটত ২০ পইচাকৈ হ্রাস

নির্বাচনৰ পূর্বে ৰাজ্যবাসীলৈ এক বৃহৎ সকাহ আগবঢ়াইছে অসম চৰকাৰে৷ জানুৱাৰীৰ পৰা মার্চ মাহ পর্যন্ত প্রতিটো পৰিয়ালে ৩০ ইউনিটকৈ বিজুলী বিনামূলীয়াকৈ লাভ কৰাৰ পাছত এপ্রিলৰ পৰা হ্রাস পাব বিদ্যুৎ মাচুল৷ অসম বিদ্যুৎ নিয়ামক আয়োগে আজি এক জাননীৰ জৰিয়তে এই কথা প্রকাশ কৰিছে৷ অহা ১ এপ্রিলৰ পৰা কার্যকৰী হ’বলগীয়া নতুন নিৰিখ অনুসৰি