Tag: sualkuchi

ধৰ্ম-কৰ্মৰ মিলনভূমি বস্ত্ৰনগৰী শুৱালকুছিত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় সৌন্দৰ্য প্ৰতিযোগিতা

ধৰ্ম-কৰ্মৰ মিলনভূমি বস্ত্ৰনগৰী শুৱালকুছিত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় সৌন্দৰ্য প্ৰতিযোগিতা

ষ্টাৰ ক্ৰিয়েচনৰ উদ্যোগত স্থানীয় শ্ৰীমন্ত শংকৰ নাট ঘৰত আয়োজিত উক্ত প্ৰতিযোগিতাখন ১৪ জুলাইত সফল সামৰণি পৰে । ৪ টা শাখাত অনুষ্ঠিত ক্ৰমে মিষ্টাৰ, মিছ, মিছেছ আৰু কিডছ শাখাত চূড়ান্ত প্ৰতিযোগিতাৰ প্ৰতিটো শাখাৰ শ্ৰেষ্ঠ ৩ গৰাকীয়ে বিশেষ পুৰস্কাৰ লাভ কৰাৰ উপৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ লোৱাৰ সুবিধা লাভ কৰে। প্ৰতিযোগিতাৰ অতিথি