ৰাইজক ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগান কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত চেঁচাপানী গাঁৱত নতুনকৈ জল জীৱন মিছনৰ অধীনত নিৰ্মান কৰা বিশুদ্ধ খোৱা পানীখন আজি মুকলি কৰা হয়। আঁচনি খন আনুষ্ঠানিক ভাৱে মুকলি কৰে বিটিচিৰ কাৰ্যবাহী সদস্য উইলচন হাসদাই । পৰ্বতঝোৰা বনাঞ্চলৰ দাঁতিকাষৰীয়া এলেকাৰ পৰিয়াল সমূহক ঘৰে ঘৰে পানী