21.1 C
Assam
Thursday, March 23, 2023

Featured News

কুকুৰ খোৱা প্ৰসংগ: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ পত্ৰ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰ।...

কেফেৰ বাহিৰত এনেদৰে হনুমান চালিচা পাঠ কৰিলে যুৱক-যুৱতীয়ে……

আধ্যাত্মিক পৰিৱেশ নৱপ্ৰজন্মৰ মাজত। কেফেৰ বাহিৰত এনেদৰে...

টীয়কৰ যাদৱপুৰ গান্ধী গাঁওত লোমহৰ্ষক হত্যাকাণ্ড ।

Assamese Newsটীয়কৰ যাদৱপুৰ গান্ধী গাঁওত লোমহৰ্ষক হত্যাকাণ্ড ।


👉 টীয়কৰ যাদৱপুৰ গান্ধী গাঁওত লোমহৰ্ষক হত্যাকাণ্ড ।
👉লোহিত গগৈ নামৰ এজন যুৱকে বন্ধুক হত্যা কৰি ছিঙা মুণ্ড স্কুল বেগত সুমুৱাই থানালৈ আহি থকা অৱস্থাত লাহদৈগড় আৰক্ষীয়ে আটক কৰে।
👉 হত্যা কৰা যুৱক জনৰ নাম ফাই চাৱঁৰা বুলি জানিব পৰা গৈছে
👉ইতিমধ্যে লোহিত গগৈক লাহদৈগড় আৰক্ষীয়ে আটক কৰি শুধা-পোচা অব্যাহত ৰাখিছে ।
👉যোৰহাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ আৰক্ষী অধীক্ষক সহিতে বিষয়া সকল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।
👉 হত্যাকাণ্ডৰ পূৰ্বে লোহিত গগৈ আৰু ফাই চাঁৱৰাই একেলগে কৰিছিল মদ্যপান ।


👉 ঘটনা হোৱাৰ কিছু সময়ৰ পূৰ্বে দুই বন্ধুৱে যাদৱপুৰত জুৱা খেলি আহি ঘৰতে মদ্যপান বুলি মাতৃ গৰাকীয়ে জানিবলৈ দিয়ে।
👉 লোহিত গগৈ ভাষ্য অনুসৰি মদৰ ৰাগীত ফাই চাৱঁৰাই লোহিত গগৈৰ ভগ্নীৰ প্ৰতি কৰিছিল আশালীন মন্তব্য।
👉 এই লৈ দোয়ো বন্ধুৰ মাজত হোৱা বাদ বিবাদৰ ফলত এখন দাৰে বন্ধু ডিঙি কটি ছিঙি দিছিল লোহিত গগৈয়ে।
👉লোহিত গগৈৰ বাৰীৰ পিছফালৰ পথাৰত মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰা হয়।
👉 আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ মৰোনোত্তৰ পৰীক্ষা বাবে প্ৰেৰণ কৰে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!