27.7 C
Assam
Sunday, July 3, 2022

Featured News

Neramac-1st Green Innovation Pitch for the Students in NER

June, 29th, 2022: NERAMAC (North East Regional...

ABSU’s special orientation programme concludes

The influential All Bodo Students Union (ABSU)...

আজি অসম দিৱস, মহান বীৰ চাওলুং চুকাফাক মুখ্যমন্ত্ৰীৰ স্মৰণ

Assamese Newsআজি অসম দিৱস, মহান বীৰ চাওলুং চুকাফাক মুখ্যমন্ত্ৰীৰ স্মৰণ

আজি চুকাফা দিৱস। আহোম ৰাজতন্ত্ৰৰ প্ৰতিষ্ঠাতা তথা বৰ অসমৰ ভেটি গঢ়োঁতা চাওলুং চুকাফাৰ স্মৃতিত আজি ৰাজ্যজুৰি পালন কৰা হয় চুকাফা দিৱস। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীস্থিত অসম হাউছত বৃহত্তৰ অসমীয়া জাতিৰ যুগপুৰুষ স্বৰ্গদেউ চাওলুঙ-ছ্যু-কাফাৰ প্ৰতিচ্ছবিত সেৱা জনাই মহান মনীষীগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰে। স্বৰ্গদেউ ছ্যু-কাফাৰ মহানতা তথা আদৰ্শ অসমবাসীৰ ধমনীত চিৰ প্ৰৱহমান হৈ থাকিব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

উল্লেখ্য, অসমবাসীয়ে ১৯৮৭ চনৰ পৰাই ২ ডিচেম্বৰৰ দিনটো অসম দিৱস অথবা চুকাফা দিৱস হিচাপে পালন কৰি আহিছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: