অসম তৃণমূল কংগ্ৰেছত যোগদান দিলীপ কুমাৰ শৰ্মাৰ !
“তৃণমূল কংগ্ৰেছৰ সন্মানীয় সাংসদ আৰু ৰাষ্ট্ৰীয় মুখপাত্ৰ ডা° শান্তনু সেন আৰু অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ উপস্থিতিত আজি মই তৃণমূল কংগ্ৰেছত যোগদান কৰিলোঁ।”: দিলীপ কুমাৰ শৰ্মা ।

গুৱাহাটী টাইমচ