Advertisement

আজি উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত হ’ব নাগৰিকত্ব ভিত্তিবৰ্ষক লৈ শুনানি

আজি উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত হ’ব নাগৰিকত্ব ভিত্তিবৰ্ষক লৈ শুনানি

আজি উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত হ’ব নাগৰিকত্ব ভিত্তিবৰ্ষক লৈ শুনানি।দিনৰ ১১.৩০ বজাৰ পৰা হ’ব সাংবিধানিক বিচাৰপীঠত হ’ব শুনানি।

মুখ্য ন্যায়াধীশৰ নেতৃত্বত ৫ জনীয়া বিচাৰপীঠে গ্ৰহণ কৰিব শুনানি।নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৭১ৰ পৰিৱৰ্তে ১৯৫১ চন কৰাৰ বাবে ন্যায়ালয়ত তৰিছিল গোচৰ।ভিত্তিবৰ্ষ ১৯৫১ কৰাৰ দাবীত অসম সন্মিলিত মহাসংঘই তৰিছিল গোচৰ।

Shahnawaz Hamza