25.7 C
Assam
Sunday, April 2, 2023

Featured News

Navjot Singh Sidhu released from Patiala Jail, was sentenced in road rage case

Cricketer-turned-politician Navjot Singh Sidhu was released from...

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

আজি ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ

Assamese Newsআজি ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ

আজি ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।পুৱা ৭ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটগ্ৰহণ।৬০ টা বিধানসভা সমষ্টিৰ বাবে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।২৮.১৩ লাখ ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ২৫৯ প্ৰাৰ্থীৰ।৩,৩৩৭ ভোট কেন্দ্ৰত হ’ব ভোটগ্ৰহণ।

উল্লেখ্য যে, মুঠ ৬০ খন আসনৰ ৫৫ খনতেই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে শাসনাধিষ্ঠ বিজেপি চৰকাৰে।আনহাতে বামপন্থী মিত্ৰজোটে আগবঢ়াইছে ৪৭ খন আসনত প্ৰতিদ্বন্দিতা।লগতে ত্ৰিপা মথাই প্ৰতিদ্বন্দ্বিত আগবঢ়াইছে ৪২ খন আসনত।ইয়াৰ ওপৰিও কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ১৩ খন আসনত।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!