ফকিৰাগ্ৰামত ইউপিপিএল-বিজেপি মিত্ৰজোটৰ বাইক ৰেলি

ফকিৰাগ্ৰামত ইউপিপিএল-বিজেপি মিত্ৰজোটৰ বাইক ৰেলি

আজি কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ফকিৰাগ্ৰাম পুৰণি বজাৰত ইউপিপিএল -বিজেপি-এজিপি মিত্ৰ জোটৰ নব গঠিত বাওখুংগ্ৰী বিধানসভা সমষ্টি ভিত্তিক নিৰ্বাচন পৰিচালনা সমিতিয়ে উলিওৱা বাইক ৰেলিৰ সমাপ্তি পেলায়।

এক নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোটৰ মনোনীত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত উলিওৱা উক্ত বাইক ৰেলিত অংশ গ্ৰহণ কৰে বিটিচিৰ কাৰ্যবাহী সদস্য তথা ইউপিপিএল নেতা উইলছন হাছদা,

বিজেপিৰ প্ৰভাৰী মহেশ দেউৰী, নিলেশ্বৰ ৰায়,ইউপিপিএলৰ জগত নাথ,মতিউৰ ৰহমান, অমূল্য সূত্ৰধৰ আদিকে ধৰি বিভিন্ন নেতা কৰ্মী সকল ৷

GTM Desk

Related