COVID: ১৬ জানুৱাৰীৰ পৰা অসমত প্ৰদান কৰা হ’ব ভেকচিন

COVID: ১৬ জানুৱাৰীৰ পৰা অসমত প্ৰদান কৰা হ’ব ভেকচিন

গুৱাহাটীঃ শনিবাৰৰ পৰা (১৬ জানুৱাৰী) অসমত আৰম্ভ হ’ব কোভিড-১৯ ৰ প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উক্ত দিনা আনুষ্ঠানিকভাৱে ভেকচিন প্ৰদান প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰিব।

গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত স্বাস্থ্যসেৱা সঞ্চালকালয়ৰ কাৰ্যালয়ত মজুত কৰি ৰখা হৈছে দুই লক্ষাধিক কোভিড ভেকচিন। ইয়াৰে একাংশ প্ৰতিষেধক আজি লৈ যোৱা হ’ব বৰাক উপত্যকাৰ শিলচৰলৈ। অতি শীতলীকৰণ অৱস্থাত ৰখা হৈছে কোভিড ভেকচিনসমূহ।

GTM Desk

Related