25.8 C
Assam
Wednesday, September 28, 2022

Featured News

শিৱসাগৰত আৰক্ষীৰ জিম্মাত আচামিৰ মৃত্যু,উত্তপ্ত পৰিস্থিতি

শিৱসাগৰত আৰক্ষীৰ জিম্মাত আচামিৰ মৃত্যু, উত্তপ্ত পৰিস্থিতি।...

Appointment letters distributed in BTR

A total of 146 persons were appointed...

Young Indians Guwahati Chapter observes Climate Action Week

 Young Indians, the youth wing of the...

||video|| নগাঁৱৰ চৰকাৰী বালক বিদ্যালয়ত থকা পঞ্চায়ত নিৰ্বাচনৰ ষ্ট্ৰং ৰূমত উত্তপ্ত পৰিস্হিতি ৷ ষ্ট্ৰং ৰূমৰ নিৰাপত্তাত নিয়োজিত CRPF জোৱানৰ উদ্ভণ্ডালি ৷

Top News||video|| নগাঁৱৰ চৰকাৰী বালক বিদ্যালয়ত থকা পঞ্চায়ত নিৰ্বাচনৰ ষ্ট্ৰং ৰূমত উত্তপ্ত পৰিস্হিতি ৷ ষ্ট্ৰং ৰূমৰ নিৰাপত্তাত নিয়োজিত CRPF জোৱানৰ উদ্ভণ্ডালি ৷

নগাঁৱৰ চৰকাৰী বালক বিদ্যালয়ত থকা পঞ্চায়ত নিৰ্বাচনৰ ষ্ট্ৰং ৰূমত উত্তপ্ত পৰিস্হিতি ৷
ষ্ট্ৰং ৰূমৰ নিৰাপত্তাত নিয়োজিত CRPF জোৱানৰ উদ্ভণ্ডালি ৷
ষ্ট্ৰং ৰূমত নিয়োজিত নগাঁও আৰক্ষীৰ বিশেষ শাখাৰ ৪ জন কৰ্মচাৰীক শাৰীৰিক ভাবে অপদস্হ কৰিলে CRPF জোৱানে ৷
ষ্ট্ৰংৰূমত নিযোজিত পঞ্চায়ত নিৰ্বাচনত প্ৰতিদন্দিতা কৰা প্ৰাৰ্থীৰ নিৰ্বাচনী এজেণ্টকো প্ৰহাৰ CRPF জোৱানৰ ৷
মদ্যপান কৰি CRPF বাহিনীৰ জোৱানে উদ্ভণ্ডালি কৰাৰ অভিযোগ ৷
CRPF জোৱানৰ এনে উদ্ভণ্ডালিকলৈ সৃষ্টি হয় উত্তপ্ত পৰিস্হিতি ৷
নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ঘটনাস্হলীত উপস্থিত হৈ পৰিস্হিতি নিয়ন্ত্ৰণ কৰে ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: