||video|| নগাঁৱৰ চৰকাৰী বালক বিদ্যালয়ত থকা পঞ্চায়ত নিৰ্বাচনৰ ষ্ট্ৰং ৰূমত উত্তপ্ত পৰিস্হিতি ৷ ষ্ট্ৰং ৰূমৰ নিৰাপত্তাত নিয়োজিত CRPF জোৱানৰ উদ্ভণ্ডালি ৷

||video|| নগাঁৱৰ চৰকাৰী বালক বিদ্যালয়ত থকা পঞ্চায়ত নিৰ্বাচনৰ ষ্ট্ৰং ৰূমত উত্তপ্ত পৰিস্হিতি ৷ ষ্ট্ৰং ৰূমৰ নিৰাপত্তাত নিয়োজিত CRPF জোৱানৰ উদ্ভণ্ডালি ৷

নগাঁৱৰ চৰকাৰী বালক বিদ্যালয়ত থকা পঞ্চায়ত নিৰ্বাচনৰ ষ্ট্ৰং ৰূমত উত্তপ্ত পৰিস্হিতি ৷
ষ্ট্ৰং ৰূমৰ নিৰাপত্তাত নিয়োজিত CRPF জোৱানৰ উদ্ভণ্ডালি ৷
ষ্ট্ৰং ৰূমত নিয়োজিত নগাঁও আৰক্ষীৰ বিশেষ শাখাৰ ৪ জন কৰ্মচাৰীক শাৰীৰিক ভাবে অপদস্হ কৰিলে CRPF জোৱানে ৷
ষ্ট্ৰংৰূমত নিযোজিত পঞ্চায়ত নিৰ্বাচনত প্ৰতিদন্দিতা কৰা প্ৰাৰ্থীৰ নিৰ্বাচনী এজেণ্টকো প্ৰহাৰ CRPF জোৱানৰ ৷
মদ্যপান কৰি CRPF বাহিনীৰ জোৱানে উদ্ভণ্ডালি কৰাৰ অভিযোগ ৷
CRPF জোৱানৰ এনে উদ্ভণ্ডালিকলৈ সৃষ্টি হয় উত্তপ্ত পৰিস্হিতি ৷
নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ঘটনাস্হলীত উপস্থিত হৈ পৰিস্হিতি নিয়ন্ত্ৰণ কৰে ৷

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.