||VIDEO|| নগাঁৱত আলফা(স্বা)ৰ পতাকা উত্তোলন কৰা ঘটনা সন্দৰ্ভত প্ৰাক্তন আলফা সহ দুজনক গ্ৰেপ্তাৰ ৷

||VIDEO|| নগাঁৱত আলফা(স্বা)ৰ পতাকা উত্তোলন কৰা ঘটনা সন্দৰ্ভত প্ৰাক্তন আলফা সহ দুজনক গ্ৰেপ্তাৰ ৷

নগাঁৱত আলফা(স্বা)ৰ পতাকা উত্তোলন কৰা ঘটনা সন্দৰ্ভত প্ৰাক্তন আলফা সহ দুজনক গ্ৰেপ্তাৰ ৷

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ধিং ডুমডুমাৰ প্ৰাক্তন আলফা ভাস্কৰ বৰাৰ লগতে পলাশনিৰ নৰেন গোঁহাইক ৷

যোৱা ২৮ নবেম্বৰত আলফাৰ প্ৰতিবাদ দিৱসত নগাঁও চহৰৰ সমীপৱৰ্তী ভোটাইগাঁও খেল পথাৰত আলফা (স্বাধীন)ৰ তিনিখনকৈ পতাকা উৰাইছিল অজ্ঞাত লোকে ৷

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.