বিশ্ব কৰ্কট দিৱস ২০২২ উদযাপন

বিশ্ব কৰ্কট দিৱস ২০২২ উদযাপন

বিশ্ব কৰ্কট দিৱস উপলক্ষে ০২২০২২ তাৰিখে JBF INDIA TRUST আৰু PHD Chamber of Commerce & Industry উদ্যোগত তথা অনুৰণন, অসম সেৱা সমিতি, Image Hacker, Dinesh Shahra Foundation, Rotary Club of Guwahati, Guahati Rotary Club Charity Trust সহযোগত মৈৰাকুচি গাওঁ, সোণাপুৰ স্থিত JIRAW প্ৰাংগণত এখনি সজাগতামূলক সভা অনুষ্ঠিত কৰা হয়

উক্ত সভাত উপস্থিত থাকে পশুচিকিৎসক তথা JBF (INDIA) TRUST কাৰ্য্যবাহী সঞ্চালক ডঃ স্মৃতি ৰেখা দত্ত, Guwahati Rotary Club সদস্য স্বালেহ আহমেদ চৌধুৰী আৰু শ্ৰী দেৱজিৎ গোস্বামী, PHD Chamber of Commerce and Industry সঞ্চালক বিভূতি দত্ত সভাৰ লগত সংগতি ৰাখি ডাঃ ভুৱনেশ্বৰ বৰুৱা কেঞ্চাৰ চিকিৎসালয়ৰ তৰফৰ পৰা মৈৰাকুচি গাঁৱৰ গাঁওবাসীলৈ বিনামূলীয়া Oral Screening লগতে India Food Banking Network ফালৰ পৰা খাদ্য সামগ্ৰী বিতৰণ কৰা হয়

 

 

GTM Desk

Related