22.1 C
Assam
Wednesday, March 29, 2023

Featured News

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা ৰাইজৰ ওপৰত স্প্ৰে!

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা...

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

ব্যতিক্ৰমী কাৰ্যসূচীৰে এদল ছাত্ৰ-ছাত্ৰীৰ বিশ্ব বন্যপ্ৰাণী দিৱস উদযাপন

Assamese Newsব্যতিক্ৰমী কাৰ্যসূচীৰে এদল ছাত্ৰ-ছাত্ৰীৰ বিশ্ব বন্যপ্ৰাণী দিৱস উদযাপন

আজি বিশ্ব বন্যপ্ৰাণী দিৱস ৷ এক ব্যতিক্ৰমী কাৰ্যসূচী অভয়াপুৰী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে আজি পালন কৰে বিশ্ব বন্যপ্ৰাণী দিৱস ৷ পুৱাৰ পৰাই টুলুঙীয়া টাৰ্ণিংত সোণালী বান্দৰ ৰক্ষাৰ প্ৰতি সজাগতা অনাৰ বাবে সোণালী বান্দৰৰ বসতিস্থল কাকৈজানাৰ মাজেৰে যোৱা প্ৰতিখন বাহনত সচেতনামূলক ষ্টিকাৰ মাৰে ৷ উল্লেখ্য বিগত দুমাহত দুটাকৈ আপুৰুগীয়া সোণালী বান্দৰৰ দ্ৰুতবেগী বাহনৰ খুন্দাত মৃত্যু হৈছিল ৷ তাৰ পিছতে আজি অভয়াপুৰী মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা যোজনা গোট আৰু প্ৰকৃতিপ্ৰেমী সংগঠন আৰণ্যকে এই ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰে ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!