Advertisement

WPLত ডেলহি কেপিটেলছৰ হাতত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ ৬০ ৰাণত পৰাস্ত

WPLত ডেলহি কেপিটেলছৰ হাতত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ ৬০ ৰাণত পৰাস্ত
মহিলাৰ premier league ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন খেলত দেওবাৰে ডেলহি কেপিটেলছে – ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰক ৬০ ৰাণত পৰাস্ত কৰিছে। খেলখনত প্ৰথমে বেট ধৰি ডেলহি কেপিটেলছে ছাফালি বাৰ্মাৰ ৮৪ আৰু অধিনায়ক মেগলেনিংছৰ ৭২ ৰাণৰ সহায়ত ২ উইকেটৰ বিনিময়ত ২২৩ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে নির্ধাৰিত অভাৰত ৮ উইকেট হেৰুৱাই মাত্র ১৬৩ ৰাণ কৰিবলৈ সমৰ্থ হয়। বাংগালোৰৰ হৈ স্মৃতি মান্ধানাই সৰ্বাধিক ৩৫ ৰাণ সংগ্ৰহ কৰে।

Shahnawaz Hamza

Related