স্মৃতিগ্ৰন্থৰ বাবে লেখা আহ্বান

 

বিংশ শতিকাৰ দ্বিতীয় দশকৰ পৰা সত্তৰ দশক পৰ্যন্ত যাত্ৰা দলৰ জনপ্ৰিয় গায়ক, নৃত্যশিল্পী, সংগীত পৰিচালক, নাট অনুবাদক তথা সু-অভিনেতা প্ৰয়াত সনাতন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰাৰ মনস্থ কৰা হৈছে। সেয়েহে প্ৰয়াত হাজৰিকাৰ গুণমুগ্ধ, সুহৃদ তথা কলানুৰাগীসকলৰ পৰা একোটিকৈ লিখনি বিচৰা হৈছে।

লিখনিসমূহ ১৫ মাৰ্চ ২০২২-ৰ ভিতৰত বা তাৰ আগত তলৰ ঠিকনাত পঠিয়াবলৈ অনুৰোধ জনাইছে স্মৃতিগ্ৰন্থ সম্পাদনা সমিতিৰ হৈ অংশুমান হাজৰিকাই ।

ঠিকনা- সনাতন হাজৰিকাৰ নিজ বাসগৃহ
চুৰচুৰী হাজৰিকাপাৰা (বৰনৰ্দ্দী,নলবাৰী)
দূৰভাষ-৯৮৬৪৭৫১৫৯২, ৮৬৩৮৪৭০৯১১, ৯১০১২০৫১১৮
ই-মেইল- [email protected]

error: Content is protected !!
%d bloggers like this: