27.6 C
Assam
Tuesday, May 30, 2023

Featured News

প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে...

জালুকবাৰীৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে AECৰ ৭ ছাত্ৰৰ।

মহানগৰীৰ জালুকবাৰীত নিশা সংঘটিত হ’ল এক...

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

স্মৃতিগ্ৰন্থৰ বাবে লেখা আহ্বান

Assamese Newsস্মৃতিগ্ৰন্থৰ বাবে লেখা আহ্বান

 

বিংশ শতিকাৰ দ্বিতীয় দশকৰ পৰা সত্তৰ দশক পৰ্যন্ত যাত্ৰা দলৰ জনপ্ৰিয় গায়ক, নৃত্যশিল্পী, সংগীত পৰিচালক, নাট অনুবাদক তথা সু-অভিনেতা প্ৰয়াত সনাতন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰাৰ মনস্থ কৰা হৈছে। সেয়েহে প্ৰয়াত হাজৰিকাৰ গুণমুগ্ধ, সুহৃদ তথা কলানুৰাগীসকলৰ পৰা একোটিকৈ লিখনি বিচৰা হৈছে।

লিখনিসমূহ ১৫ মাৰ্চ ২০২২-ৰ ভিতৰত বা তাৰ আগত তলৰ ঠিকনাত পঠিয়াবলৈ অনুৰোধ জনাইছে স্মৃতিগ্ৰন্থ সম্পাদনা সমিতিৰ হৈ অংশুমান হাজৰিকাই ।

ঠিকনা- সনাতন হাজৰিকাৰ নিজ বাসগৃহ
চুৰচুৰী হাজৰিকাপাৰা (বৰনৰ্দ্দী,নলবাৰী)
দূৰভাষ-৯৮৬৪৭৫১৫৯২, ৮৬৩৮৪৭০৯১১, ৯১০১২০৫১১৮
ই-মেইল- [email protected]

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!