মাজনিশা জুবিনক দুৰ্বৃত্তৰ আক্ৰমণৰ চেষ্টা, দিছপুৰ থানত গোচৰ

1 min read

গুৱাহাটী: নিশা জুবিন গাগৰ্গক আক্ৰমণৰ চেষ্টা ৬ দুৰ্বৃত্তৰ। নিশা ষ্টুডিঅ’ৰ পৰা কাহিলিপাৰাৰ ঘৰলৈ গৈ থকা অৱস্থাত জুবিনৰ বাহন গণেশগুৰিৰ গণেশ মন্দিৰৰ সন্মুখত আগভেটি ধৰে দুৰ্বৃত্তৰ দলটোৱে। উগ্ৰমূৰ্তি ধাৰণ কৰা দুৰ্বৃত্তৰ দলটোৱে জুবিনক অভব্য গালি-গালাজ কৰি আতিশায্য চলাই।

AS01BY-0675 নং গাড়ীত অহা দুৰ্বৃত্তই আক্ৰমণ কৰাৰ চেষ্টা কৰে।

You May Also Like

More From Author