আজমলৰ দূৰ্গ যমুনামুখত কংগ্ৰেছৰ দখললৈ গ’ল গোটেইকেইখন জিলা পৰিষদ

আজমলৰ দূৰ্গ যমুনামুখত কংগ্ৰেছৰ দখললৈ গ’ল গোটেইকেইখন জিলা পৰিষদ

আজমলৰ দূৰ্গ যমুনামুখত কংগ্ৰেছৰ দখললৈ গ’ল গোটেইকেইখন জিলা পৰিষদ

হোজাই জিলাৰ হোজাই, লামডিং আৰু যমুনামুখ সমষ্টিৰ অন্তৰ্গত মুঠ বাৰখন জিলা পৰিষদত কংগ্ৰেছ আৰু বিজেপিয়ে উন্নত ফলাফল প্ৰদৰ্শন কৰাৰ বিপৰীতে সম্পূৰ্ণৰূপে বিধ্বস্ত হ’ল AIUDF। দলটোৱে মাত্ৰ এটা জিলা পৰিষদ সমষ্টিতে থমকি ৰ’বলগীয়া হল।

হোজাই জিলাৰ বাৰখন জিলা পৰিষদৰ ভিতৰত কংগ্ৰেছে ছখন, বিজেপিয়ে পাঁচখন আৰু AIUDF য়ে এখন জিলা পৰিষদ সমষ্টি দখল কৰে।

Adil Shah report, Nagaon.

Md Elias Ali

I am Md Elias Ali, I am the Managing Editor & Co-Founder of News portal Guwahati Times. I am also a technologist, social media expert, graphic designer, educator & author from Guwahati, Assam