নগাঁৱত প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইনৰ সংবাদমেল ৷

1 min read

 
?পঞ্চায়তৰ ভোট দাতা ৰাইজলৈ ৰকিবুল হুছেইনৰ ধন্যবাদ জ্ঞাপন ৷
? পঞ্চায়তত ৰথী- মহাৰথী নিজ নিজ সমষ্টিত বিধস্ত হোৱাৰ পিছতো একাংশই ৰকিবুল হুছেইনক টাৰ্গেট কৰি লোৱাত আশ্বৰ্য প্ৰকাশ ৷
? নিজ সমষ্টি চামগুৰিত কংগ্ৰেছৰ ভোটৰ হাৰ বিধান সভাৰ নিৰ্বাচনৰ বৃদ্ধি পোৱা তথ্য সদৰি কৰে ৷
?কলিয়াবৰৰ ভোট গণনা কেন্দ্ৰত শাসকীয় দলৰ প্ৰাৰ্থীৰ এজেন্ট সকলে সৃষ্টি কৰা অপ্ৰীতিকৰ পৰিৱেশকলৈ ৰাজ্যিক নিৰ্বাচনী আয়োগলৈ অভিযোগ প্ৰেৰণ কৰিছে নগাঁও জিলা কংগ্ৰেছ ৷
?পাচ ৰাজ্যৰ শেহতীয়া নিৰ্বাচনী ফলাফলকলৈ বিজেপিক সমালোচনা

Adil Shah report, Nagaon.

Md Elias Ali

I am Md Elias Ali, I am the Managing Editor & Co-Founder of News portal Guwahati Times. I am also a technologist, social media expert, graphic designer, educator & author from Guwahati, Assam

You May Also Like

More From Author