গুৱাহাটীত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সংবাদমেল৷

1 min read

হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰি আৰম্ভণি কৰে সংবাদমেল অগপ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই ।

হিমন্তই CAA’ ক লৈ বিভ্ৰান্তিকৰ মন্তব্য কৰি আহিছে,” কয় মন্ত্ৰী গৰাকীয়ে ।
হিমন্ত বিশ্বক বহুবল্কী বিশৃংখল মন্ত্ৰীৰ আখ্যা ৷
২.৫ কোটি বাংলাদেশী ভাৰতলৈ আহিব CAA হোৱাৰ পিছত ৷ এই তথ্য প্ৰমাণ সবকাৰে আগবঢ়াইছে বাংলাদেশৰ সংখ্যালঘু নেতা প্ৰামনিকে
‘২০২১ৰ নিৰ্বাচনত ফলাফল ৰাইজে দিব। জালুকবাৰীত কোন জিকে, কোন হাৰে সেইটো দেখা পোৱা যাব’৷ এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ।

https://youtu.be/szEf83JhpHg

Click to watch the video

You May Also Like

More From Author