প্ৰেমত পৰি ৭মাহ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা স্বামীক এৰি আকৌ পলাল পত্নী …

প্ৰেমত পৰি ৭মাহ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা  স্বামীক এৰি আকৌ পলাল পত্নী …

পত্নীৰ পৰকীয়া প্ৰেমে থানবান কৰিলে মন্টু আলীৰ সংসাৰ।

ৰীলছ বনাই ভাল পোৱা পত্নীয়ে ৰিয়েল লাইফত প্ৰেমত পৰি পলাই যোৱাত ভাগি পৰিছে স্বামীয়ে।

প্ৰেমত পৰি ৭মাহ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা স্বামীক এৰি আকৌ পলাল পত্নী।

ঘটনা সন্দৰ্ভত হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে স্বামীয়ে

GTM Desk