আকৌ হাত দাঙিলে চৰকাৰী বিষয়াই। এইবাৰ ঘোচ লৈ হাত দাঙিলে লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা মনোজ কুমাৰ শইকীয়াই। হাফলঙত পেণ্ডিং বিল মুকলি কৰি দিয়াৰ নামত লৈছিল উৎকোচ।