Advertisement

আজি কৃপনাথ মালাহক বিধানসভাৰ নতুন উপাধ্যক্ষৰ পদত নিযুক্তি দিয়া হয়

আজি কৃপনাথ মালাহক বিধানসভাৰ নতুন উপাধ্যক্ষৰ পদত নিযুক্তি দিয়া হয়

বিগ ব্ৰেকিং নিউজ
গুৱাহাটী টাইমচ

আজি কৃপনাথ মালাহক বিধানসভাৰ নতুন উপাধ্যক্ষৰ পদত নিযুক্তি দিয়া হয়।

বৰ্তমানৰ উপাধ্যক্ষ হৈছে ৰাজ্যৰ ১ নং নম্বৰ বিধানসভা সমষ্টি ৰাতাবাৰীৰ বিধায়ক কৃপনাথ মালাহ।

অহা বুধবাৰৰ পৰাহে অৰ্থাৎ কালিৰ পৰাহে তেওঁ দায়িত্ব গ্ৰহন কৰিব।

ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ