🔴 তেজপুৰৰ আব্দুল মুনাফ নামৰ লোকজনে চিমেণ্ট ক্ৰয় কৰি ৪৮০০ টকাৰ সলনি ই-ৰিক্সাচলকৰ হাতত দিছিল ৪০৮০০ টকা। 🔴 টকা হিচাপ কৰি বেছিকৈ পোৱাত পুনৰ লোকজনৰ ঘৰলৈ আহি ঘূৰাই দিছে বেছি হোৱা টকাখিনি। Share this:FacebookTwitterWhatsAppMoreEmailLinkedInTelegram 2023-08-06