🔴 একেদিনাই উৎকোচ লৈ হাত ডাঙিলে দুজনকৈ ঘোচখোৰ চৰকাৰী কৰ্মচাৰীয়ে।
🔴 এইবাৰ উৎকোচ লৈ হাত ডাঙিলে গুৱাহাটীৰ কৰ অধীক্ষকৰ কাৰ্যালয়ৰ পৰিদৰ্শক নিৰেণ ভট্টচাৰ্যই।
🔴 উৎকোচ গ্ৰহণৰ সময়ত নিৰেণ ভট্টাচাৰ্যক হাতে-লোটে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই।
2023-08-09
© Guwahati Times Media Pvt. Ltd.