29 C
Assam
Thursday, August 18, 2022

Featured News

গহপুৰত নিৰ্বাচনী হিংসা

Top Newsগহপুৰত নিৰ্বাচনী হিংসা

গহপুৰত নিৰ্বাচনী হিংসা

গহপুৰ বিধান সভা সমষ্টিৰ হেলেম(ক)জিলা পৰিষদৰ অন্তৰ্গত আমতলা গাঁও পঞ্চায়তৰ অসম গণ পৰিষদ দলৰ সভাপতি পদৰ প্ৰাৰ্থী শিৱ বৰাৰ সোনাৰীপৰীয়া গাঁৱত খোলা নিৰ্বাচনী কাৰ্য্যলয়টো যোৱা নিশা কোনো দুবৃত্তই লণ্ড-ভণ্ড কৰে।এই ঘটনাটোৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: