গুৱাহাটীত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি কয় যে ——বগীবিল দলঙ অসম তথা ৰাষ্ট্ৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই উচৰ্গা কৰি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ সপোন পুৰণ কৰিলে। অসম-অৰুণাচল প্ৰদেশক এক কৰা বগীবিল দলঙে সামৰিক, অৰ্থনৈতিক সকলো দিশতে ইতিবাচক ভূমিকা ল’ব।কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে আকৌ কয় যে ——NEDAৰ জৰিয়তে কংগ্ৰেছমুক্ত হ’ল উত্তৰ-পূব৮খন ৰাজ্য। গুৱাহাটীৰ পৰা হীৰক জ্যোতি শৰ্মাৰ সৈতে শ্বাহ আলমৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।