35.5 C
Assam
Friday, June 9, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

চতিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজনৰ বিপৰীতে আহত…

Assamese Newsচতিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজনৰ বিপৰীতে আহত...

চতিয়াত শোকাৱহ পথ দুৰ্ঘটনা ৷

দুই বাইকৰ মুখামুখি সংঘৰ্ষত নিহত এজন ৷

নিহত লোকজন চতিয়াৰ বোকাবিলৰ চবিলাল চুব্বা বুলি জানিব পৰা গৈছে ৷

আনখন বাইকৰ চালকজনো আহত হৈছে দুৰ্ঘটনাটোত ৷

দুৰ্ঘটনা সংঘটিত হয় চতিয়াৰ ভকত গাৱঁৰ সমীপত ৷

ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!