34.8 C
Assam
Thursday, June 8, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

চাবুৱাত ধুমুহা, শিলাবৃষ্টিঃ বিস্তৰ ক্ষতিসাধন…

Assamese Newsচাবুৱাত ধুমুহা, শিলাবৃষ্টিঃ বিস্তৰ ক্ষতিসাধন...

ৰাজ্যত বিগত দুটা দিনত ঠায়ে ঠায়ে পাতলীয়া বৰষুণ হোৱাৰ সমান্তৰালভাবে উজনি অসমৰ বিভিন্ন প্ৰান্তত ধুমুহা, শিলাবৃষ্টিৰ পৰিলক্ষিত হৈছে । শনিবাৰে নিশা কেইবাখনো ঠাইৰ লগতে চাবুৱাতো বিধ্বংসী ধুমুহা, শিলাবৃষ্টি হয় । বিভিন্ন অঞ্চলত ঘৰ-দুৱাৰ ভাঙি বিস্তৰ ক্ষতিসাধনৰ খবৰ আহিছে ।

শেহতীয়া খবৰ অনুসৰি অঞ্চলটোৰ কেইবাটাও বাসগৃহৰ লগতে হোটেল ধাবা আদি ধুমুহাই তচনচ কৰিছে । ধুমুহা, শিলাবৃষ্টিৰ ফলত শাক-পাচলিৰ বিস্তৰ ক্ষতি সাধন হৈছে । ধুমুহাত বিদ্যুতৰ খুঁটা ভাঙি পৰাৰ ফলত বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰিছে । লগতে যাতায়ত ব্যাহত হৈ পৰিছে ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!