fbpx
October 17, 2021

জুৰীয়াত ধৃত ডকাইতৰ পৰা উদ্ধাৰ পাঁচটা কৈ সজীৱ গুলী।

জুৰীয়াত ধৃত ডকাইতৰ পৰা উদ্ধাৰ পাঁচটা কৈ সজীৱ গুলী।

ধিংবৰী চাপৰিৰ পৰা যোৱা সোমবাৰে আটক কৰিছিল ইজাজুল ইছলাম ওৰফে ইজু নামৰ ডকাইতটোক

জুৰীয়া বগৰীগুৰিত এগৰাকী মহিলাক কিছুদিনৰ পূৰ্বে শুৱাপাটিতে গুলীয়াই হত্যা কৰিছিল ধৃত ডকাইতটোৱে।

ডকাইতটোৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই আজি ধিংবৰী চাপৰিৰ পৰা সজীৱ গুলী সমূহ উদ্ধাৰ কৰে। #juria #nagaon
Padum Bhuyan Report GTM

error: Content is protected !!
%d bloggers like this: