25.6 C
Assam
Sunday, September 25, 2022

Featured News

দেওবাৰৰ পৰা ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ ‘কা’ আন্দোলন

Assamese Newsদেওবাৰৰ পৰা ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ ‘কা’ আন্দোলন
  • দেওবাৰৰ পৰা সমগ্ৰ ৰাজ্যতে দ্বিতীয় পৰ্যায়ৰ ‘কা’ আন্দোলন।
  • ৭০ টা সংগঠনে শিৱসাগৰত সংবাদ মেল যোগে ঘোষণা কৰিলে এই সিদ্ধান্ত।
  • ‘কা’ৰ বিৰুদ্ধে গাঁৱে গাঁৱে প্ৰতিবাদ হ’ব আন্দোলন।
  • বিজেপিৰ লগতে আৰএচএচক সঁকিয়নি দিয়ে সংগঠন কেইটাই।
  • হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোনোৱালোকো তীব্ৰ সমালোচনা ৭০ সংগঠনৰ প্ৰতিনিধিৰ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: