নগাঁও টাউন আৰক্ষীয়ে চহৰ খনৰ মিছন মাৰ্কেটত অভিযান চলাই বুজন পৰিমাণৰ নিচাজাতীয় টেবলেট আৰু কফচিৰাফ জব্দ কৰে। ধৃত ড্ৰাগছ ব্যৱসায়ী কেইটা হ’ল মনিৰুল ইছলাম, আব্দুল হানিফ আৰু মুছলিমউদ্দিন । Share this:FacebookTwitterWhatsAppMoreEmailLinkedInTelegram 2023-07-16